Distinguished guests, esteemed colleagues, and fellow citizens

It is with immense pride and honour that we extend a warm welcome to you at the UNESCO World Heritage site of “Moidams ─ the Mound-Burial System of the Ahom Dynasty” at Charaideo. This revered destination is a treasure trove of Assam's rich cultural heritage and history.

This sacred site bears testament to the ingenuity and craftsmanship of our ancestors, who erected these magnificent Moidams to perpetuate the memories of our beloved monarchs and their royalty. As we gather here today, we are surrounded by the remnants of a bygone era that witnessed the rise and fall of the Ahom dynasty, which significantly shaped the course of our state's history.


With its designation as a UNESCO’s World Heritage Site, the Charaideo Moidams have earned their rightful place among the world's most esteemed cultural and historical treasures. As the 43rd entry from India and the first entry under the cultural heritage category from the North Eastern states, it is a momentous occasion for us to share this inheritance with the world and invite you to experience the grandeur and mystique of this ancient place.


Let us unite in our efforts to preserve and protect this precious legacy for future generations, creating an opportunity for them to draw inspiration from the valour, wisdom, and artistry of our forebears. Thank you for joining us on this journey through time. May your experience here be enriching, enlightening, and unforgettable.

সন্মানিত বিশিষ্ট অতিথিবৰ্গ, সতীৰ্থসকল আৰু ৰাইজ,

আজি অত্যন্ত গৌৰৱ আৰু শ্ৰদ্ধাসহ আপোনলোকক আন্তৰিক স্বাগতম জনাইছোঁ এই “ইউনেস্কোৰ বিশ্ব-ঐতিহ্যক্ষেত্ৰ” চৰাইদেউ মৈদামলৈ- যি চৰাইদেউ আহোম ৰাজবংশৰ পবিত্ৰ সমাধি ক্ষেত্ৰ, অসমৰ সমৃদ্ধময় সাংস্কৃতিক ঐতিহ্য আৰু ইতিহাসৰ এক ৰত্ন ভাণ্ডাৰ স্বৰূপ ৷

এই পবিত্ৰ ক্ষেত্ৰই বহন কৰিছে আমাৰ পূৰ্ব –পুৰুষসকলৰ নিপুন দক্ষতা আৰু অম্লান কাৰু-কাৰ্যৰ নিদৰ্শন, যি পূৰ্ব-পুৰুষে নিৰ্মান কৰিছিল আমাৰ প্ৰিয় শাষক ৰজা আৰু ৰাজবংশৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এই অনিন্দ্যসুন্দৰ মৈদাম ৷ আজি আমি যি থলীত সমাবেত হৈছো, তাৰ চাৰিওদিশে আগুৰি আছে বিগত কালৰ কীৰ্ত্তিচিহ্নই- যি কীৰ্ত্তিচিহ্ন এই দেশৰ ইতিহাস নিৰ্মাতা আহোম স্বৰ্গদেউসকলৰ উত্থান-পতনৰ নিৰৱ সাক্ষী ৷


ইউনেস্কোৰ বিশ ঐতিহ্যক্ষেত্ৰ ৰূপে স্বীকৃতি অৰ্জন কৰাৰ ফলত আজি চৰাইদেউ মৈদামে বিশ্বৰ অতি সন্মানীয় সাংস্কৃতিক-ঐতিহাসিক সম্পদবোৰৰ মাজত উপযুক্ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত ৪৩ তম আৰু সাংস্কৃতিক ঐৰ্তিহ্যৰ শিতানত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম হিচাপে অন্তৰ্ভুক্তিৰে গৌৰৱময় ক্ষণত আপোনাসৱক এই প্ৰাচীন ক্ষেত্ৰৰ অতীত গৰিমা আৰু মাধুৰ্য্যৰ অংশীদাৰ হোৱাৰ বাবে আমি সাদৰেৰে আমন্ত্ৰণ জনাইছো ৷


আহক আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এই মূল্যৱান সম্পদৰাজি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু সুৰক্ষিত কৰো- আমাৰ পূৰ্বপুৰুষ সকলৰ শৌৰ্য্য-বীৰ্য্য, জ্ঞান-গৰিমা আৰু স্থাপত্য কলাৰে তেওঁলোকক উদ্দুদ্ধ হবলৈ এক সুযোগ সৃষ্টি কৰো ৷

আমাৰ এই গৌৰৱ যাত্ৰাত অংশগ্ৰহণৰ বাবে আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো ৷ আপোনালোকৰ এই আন্তৰিক আগ্ৰহ তথা অভিজ্ঞতা যেন স্মৰণীয়, সমৃদ্ধময় আৰু আলোকময় হওঁক ৷