The Indian and Eurasian plates collided 70 million years ago to form the geological uplift, which includes a part of the Patkai Range, on the foothills of which Moidams at Charaideo were built. The rise of Himalayas is likewise a result of this dynamic, continuous process with the difference that the Patkai Range Mountains have far lower peaks and are not as rugged as those of the Himalayas. The Patkai Range Mountains are part of the Purvanchal Range, often referred to as the Eastern Mountain Range (the Eastern Himalayas). The structure of the Purvanchal Range is complex and primarily composed of folded and faulted rock formations.
The Charaideo plains are part of the Brahmaputra valley, covered by more recent alluvial deposits, the nature of which varies considerably from place to place.
প্ৰায় ৭০ মিলিয়ন বছৰৰ পূর্বে ভাৰতীয় আৰু ইউৰেচীয় ভূ-তৰপ বোৰৰ সংঘর্ষত উৎপত্তি হোৱা ভূতত্ত্বীয় উত্থানৰ অন্তৰ্গত পাটকাই পাহাৰ অঞ্চলৰ পাদদেশৰ এক অংশত মৈদাম সমূহ নিৰ্মাণ কৰা হৈছিল। একেদৰে ভূ-তৰপৰ সংঘর্ষক্ৰমে সুউচ্চ হিমালয় পৰ্বতমালাৰো সৃষ্টি হৈছিল। আৰু ইয়াৰ পৰাই তুলনামূলক ভাৱে চাপৰ শিখৰেৰে পাটকাই পৰ্বতমালা পৃথক হৈ পৰে। সাধাৰণতে পূব হিমালয় পৰ্বতমালা ৰূপে উল্লেখিত পূৰ্বাঞ্চল পৰ্বতমালাৰে এটা অংশ হ'ল পাটকাই পৰ্বতমালা। পূৰ্বাঞ্চল পৰ্বতমালাৰ আকৃতি ইয়াৰ সংকুচিত শৈল ৰূপৰ দ্বাৰা গঠিত হোৱা বাবে জটিল ধৰণৰ। ইপিনে চৰাইদেউ সমতল ভূমি ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত আৰু ইয়াৰ মাটি ভাগ পলসুৱা মাটিৰে আবৃত্ত।