Moidam 38

A large scale conservation of Moidam 38 (Diameter: 29.00 m; Height: 5.40 m) undertaken by the Directorate of Archaeology, Government of Assam in late 1980s has revealed all major five parts of the Moidam as described in the Changrung Phukonar Buranji: a burial pit (Garvha); a thick-walled burial chamber (Tak); an earth cover (Ga-Moidam) over and around the burial chamber; a Chou Cha Li (an open pavilion called “Dole”) atop the burial mound, and an octagonal dwarf boundary wall (Garh) with an arched entrance on the west. The vault chamber of the Moidam is made accessible to visitors to gain better knowledge of the architectural, structural and cultural systems of this Ahom monument typology.

Recently, Moidam 38 had developed in the burial vault a water seepage problem from the top, which has since been addressed by resorting to the traditional conservation method using lime and other required ingredients.

The strength of the Moidam bricks has been tested to be very close to the modern bricks used in Assam.

মৈদাম নম্বৰ ৩৮

অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগে ১৯৮০ চনতে সংৰক্ষণ কৰা ৩৮ নম্বৰ মৈদামটোৰ পৰিমাপ হ'ল ২৯ মিটাৰ ব্যাসাৰ্ধ আৰু ৫.০৪ মিটাৰ উচ্চতা। চাঙৰুং ফুকনৰ বুৰঞ্জীত উল্লেখ থকা ৫ টা মূখ্য মৈদামৰ অংশ এই মৈদামটোত পৰিলক্ষিত হয়। এই ৫টা অংশ হৈছে গহ্বৰ বা গৰ্ভগৃ়হ, তল, টক ওপৰ মহলা টকৰ ওপৰৰ সৰু মন্দিৰ অংশ, গড় আৰু গা-মৈদাম। পূৰ্ণাংগ মৈদামটোৰ ওপৰৰ মন্দিৰ অংশ বা দৌল ইটাৰে পকী কৰা হয় আৰু ই চাৰিচলিয়া, যাক চৌচালি বোলে। বৃত্তাকাৰ সৰু গড় এটাই আবৃত্ত মৈদামটোৰ পশ্চিমে আছে প্ৰৱেশ পথ। পৰ্যটকৰ বাবে মৈদামটোৰ ভিতৰকক্ষলৈ প্ৰৱেশ কৰি আহোম ৰজা সকলৰ স্থাপত্য আৰু ভাষ্কর্য শিল্পৰ বিষয়ে জনাৰ সুবিধাও আছে। সম্প্ৰতি ৩৮ নম্বৰ মৈদামৰ গৰ্ভগৃ়হটি এনেদৰে সুউন্নতভাৱে তৈয়াৰ কৰা হৈছে যাতে পানী সোমাই কোনো সমস্যাৰ উদ্ভৱ নকৰে আৰু তাৰ বাবে চূনশিল আদি পদার্থৰ ব্যবহাৰৰ যোগেদি যি পুৰণি পৰম্পৰাগত সংৰক্ষণমূলক পদ্ধতি প্ৰয়োগ কৰা হৈছিল তাক পুন: অৱলম্বন কৰা হৈছে। মৈদামটিত ব্যৱৰ্হিত ইটাৰ গুণ বৰ্তমানে তৈয়াৰী ইটাৰ সৈতে প্ৰায় একে বুলি প্ৰমাণিত হৈছে।