The Tai-Ahoms believe that elements of the surrounding environment — the sky, mountains, topography, forests, flowing water, rice fields, animals, water bodies and so on — have spirits (Khwan). To design their royal necropolis as a sacred landscape, they clustered the Moidams of varied sizes at appropriate locations, extended and deepened the water bodies, maintained the forest and thus physically transformed the scenic natural landscape into a dramatic religious geography for 600-year period. As a result, the site reflects religious belief 9 of the Tai Ahoms which is linked to nature and gives symbolic importance to hills, trees, plants, land and water. Water and lotuses were sacred and symbolized purity and fertility.
তাই আহোম সকলে চৌদিশৰ প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদান যেনে আকাশ, পাহাৰ-পৰ্বত, হাবি-অৰণ্য, নদ-নদী, পথাৰ-সমাৰ, জীৱ-জন্তু, জলাশয় আদিৰ আঁৰত এক আত্মা খোৱালক বিশ্বাস কৰে। ৰজা বা ৰজাৰ পৰিয়ালৰ সমাধিক্ষেত্রক পবিত্র স্থান ৰূপে গণ্য কৰি তেওঁলোকে উপযুক্ত স্থান তথা জলপৃষ্ঠৰ অৱস্থান নিৰ্ণয় কৰিহে মৈদাম সমুহ নিৰ্মাণ কৰিছিল। প্ৰাকৃতিক সুন্দৰ পৰিৱেশৰ মাজত থকা মৈদাম সমুহে বা মৈদামক্ষেত্রই তাই আহোম সকলৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতিফলন ঘটাইছে।