Moidam-90

Moidam 90 measures 46.70 m in diameter and 8.70 m in height. The Moidam is covered with a double layer of burnt bricks, the majority of which have now pulverized. A double row of cobblestone edging, which can be seen at some places, surrounds the base of the moundburial. These cobblestones indicate that there was once an octagonal or circular dwarf boundary wall that may have been used to keep up a flower garden, but it has since been completely vandalized.

In addition to the Ahom royal necropolis, this vantage point offers views of the Patkai Mountains to the east, tea gardens surrounding the site, and Deo-Shal (Deohal), the most venerated shrine of the Ahoms located atop the highest hillock in the area to the southwest.

মৈদাম নম্বৰ ৯০

৯০ নম্বৰ মৈদামটোৰ ব্যাসাৰ্ধ ৪৯.৭০ মিটাৰ আৰু উচ্চতা ৮.৭০ মিটাৰ। এই মৈদামটোৰ ওপৰত পুৰা ইটাৰ দুটৰপীয়া এখন তৰপ আছে। লঠিয়া শিলৰ এখন দেৱালেৰে মাটিৰ সমাধিক্ষেত্রক আগুৰি আছে। ইয়াৰ বাহিৰৰ ফালে এখন আয়তাকাৰ নতুবা বৃত্তাকাৰ চাপৰ দেৱালে এখন সৰু ফুলনি আবৃত্ত কৰি ৰাখিছিল। আহোম সকলৰ পবিত্র সমাধিক্ষেত্রৰ লগতে চৰাইদেউৰ প্ৰাকৃতিক সৌন্দর্যই পৰ্যটক সকলক আকৰ্ষিত কৰে। সুদূৰ পূব দিশত পাটকাই পৰ্বতমালাৰ দৃশ্যৰাজী, চাৰিওফালে আবৃত্ত সেউজ চাহগছৰ লানি আৰু নিলগত দেওশাল অৱস্থিত।