Sericulture Trail

The Sericulture Trail leads to Muga silkworm food plantation, which covers approximately 25 ha of area. The plantation supports socio-economic conditions of over 100 Muga farmers in the region.

The Ahom kings were instrumental in the development of Muga silk, a rare, golden-coloured silk that originated in Assam, India. Muga silk was exclusive for royalty, high-ranking officials, and nobility. The Ahoms traded Muga silk with other regions and overseas. They frequently gifted clothes made of Muga silk to visiting dignitaries.

Tourism development through promotion of the Muga culture in the area complements a significant aspect of the Moidams of Ahom dynasty.

ৰেচম শিল্পৰ অগ্রগতি

ৰেচম শিল্পৰ অগ্রগতিৰ ক্ষেত্রত মুগা পালন তথা মুগা পলুৰ খাদ্যৰ সেতু বিস্তৃত অঞ্চলত গছ-গছনি ৰূপন কৰা হৈছে। প্ৰায় ২৫ হেক্টৰ মাটিত ৰূপন কৰা মুগা পলুৰ খাদ্য উপযোগী বৃক্ষই অঞ্চলটোৰ ১০০ মুগা পালকৰ আৰ্থসামাজিক অৱস্থাৰ উন্নতি সাধনত অৰিহণা যোগাব। আহোম স্বৰ্গদেউ সকলে অসমৰ অতি মূল্যবান মুগা সুতা তথা সোনালী বৰণৰ ৰেচম কাপোৰ পাটমুগাৰ উৎপাদনত পৃষ্টপোষকতা কৰিছিল। তেওঁলোকে অন্য অঞ্চলৰ লগত ৰেচম কাপোৰ পাটমুগাৰ বাণিজ্য আৰম্ভ কৰিছিল আৰু বিদেশৰ অতিথি ভ্ৰমণকাৰী সকলক মুগাসুতাৰে বোৱা বস্ত্র উপহাৰ স্বৰূপে আগবঢ়াইছিল। ৰেচম শিল্পৰ উত্তৰণৰ যোগেদি এই অঞ্চলত পৰ্যটনৰ বিকাশ তথা আহোম ৰাজত্বৰ মৈদাম সমূহৰ তাৎপর্যপূর্ণ দিশক অধিক আকৰ্ষণীয় কৰি তুলিব।