This site museum, called Sui-ka-pha Archaeological Museum, was set up in 2023 within the boundary of the World Heritage Site to showcase the important artifacts excavated from Moidams by the Directorate of Archaeology, Government of Assam and Archaeological Survey of India. The exhibits include a male human skull, four female human skulls, gold pendants, a terracotta plaque depicting the figure of a mythical dragon (the royal Ahom insignia), several decorated ivory buttons and other objects, copper objects fixed around the wooden devices, various types of iron hooks and nails, cowries, cannon balls, one wooden bedstead leg, ceramic assemblages of different types, etc. All these valuable artifacts are part of the royal Ahom burial rites and burial goods.
Additionally, part components of two exquisite pieces of dolas—iron palanquins used as traditional modes of transportation by the Ahom royals, which were recovered during desilting of the Petu Dhuwa Pukhuri in Buffer Zone—have been put on display.
For providing basic information to visitors, the museum has incorporated maps, photographs, drawings and diagrams. Furthermore, the museum displays a series of terracotta wall plaques depicting an artist's recreation of some of Siu-ka-pha's major life events.
বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউৰ প্ৰাংগনত থকা চ্যুকাফা প্ৰত্নতাত্বিক যাদুঘৰটি ২০২৩ চনত স্থাপন কৰা হৈছিল। এই যাদুঘৰটিত অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয় তথা ভাৰত চৰকাৰৰ ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষনে ইতিমধ্যে মৈদাম সমূহৰ পৰা খনন কৰি যিবোৰ গুৰুত্বপূৰ্ণ সম্পদ আহৰণ কৰিছিল, সেই বিলাকক সংৰক্ষিত কৰা হৈছে। এনে সংৰক্ষিত সমলবোৰৰ ভিতৰত আছে পুৰুষৰ লাউ খোলা, ৪ টা মহিলাৰ লাউ খোলা, সোনৰ অলংকাৰ লটকন, এটা পুৰা কথাৰ ড্ৰেগনৰ টেৰাকোতা অৰ্থাৎ মাটিৰ মুৰ্তি, হাতীদাঁতেৰে নিৰ্মিত কাৰোকাৰ্য্যৰ বিভিন্ন বস্তু, কাঠৰ বিভিন্ন আহিলাত থকা তামৰ শিল্প, বিভিন্ন ধৰণৰ লোৰ শলখা, কড়ী, বৰটোপৰ গোলা, এখন কাঠৰ পালেঙৰ খুৰা, বিভিন্ন প্ৰকাৰৰ মৃত শিল্পৰ সামগ্রী। এই সকলোবোৰ মূল্যবান শিল্পকলাৰ সম্পদৰাজী আহোম ৰজা সকলৰ সমাধিক্ষেত্রৰ শেষ সৎকাৰৰ আপুৰুগীয়া নিদর্শন। ইয়াৰোপৰি দুখন অতিশয় সুন্দৰ দোলাৰ কিছু অংশ পেটুধোৱা পুখুৰীৰ পৰা উদ্ধাৰ কৰি এই যাদুঘৰত প্ৰদৰ্শনৰ বাবে সংৰক্ষিত কৰা হৈছে। চৰাইদেউৰ সংৰক্ষিত ঐতিহ্যক্ষেত্রৰ ভিতৰুৱা পেটুধোৱা পুখুৰীত অনুসন্ধান চলাই লোৰে নিৰ্মিত দোলাৰ অংশবোৰ উদ্ধাৰ কৰা হৈছিল। পৰ্যটক, ভ্ৰমণকাৰী সকলক প্ৰয়োজনীয় তথ্য যোগানৰ সেতু যাদুঘৰটিত মেপ, ফটোকপি, চিত্ৰাঙ্কণ আদি উপলব্ধ। তদুপৰি যাদুঘৰটিত টেৰাকুটাৰ বেৰত চাওলুং চ্যুকাফাৰ বৈচিত্রময় জীৱন পৰিক্ৰমাৰ ঘটনাৱলী শিল্পীৰ হাতেৰে চিত্ৰিত কৰি অঙ্কন কৰা হৈছে।