Main Site Signage

This Main Site Signage uses several symbols to transmit information about the outline, cultural elements, and tourism amenities available within the World Heritage site. Various pathways, furnished with tactile tiles, have also been built inside the site to serve the objective of a specific Trail, as shown below:

  • Moidam Trail
  • Jungle Trail
  • Tea Trail
  • Sericulture Trail

The location and outline of the Buffer Zone, surrounding the World Heritage site on all sides and showing the location of the Ahom heritage sites within it, can be observed on a map notified by the Government of Assam.

মূল ক্ষেত্ৰৰ চিহ্নফলক

এই মূল স্থানৰ চিহ্নফলকে বিশ্ব ঐতিহ্যক্ষেত্ৰখনৰ ভিতৰত উপলব্ধ ৰূপৰেখা, সাংস্কৃতিক উপাদান আৰু পৰ্যটকক নিৰ্দেশনা দিয়াৰ লগতে তথ্য প্ৰদান কৰিবলৈ কেইটামান চিহ্ন ব্যৱহাৰ কৰিছে। তলত দেখুওৱাৰ দৰে এটা নিৰ্দিষ্ট পথে এইসমূহ চোৱাৰ ক্ষেত্ৰত সহায়ক হয়৷

  • মৈদাম পথ
  • জংঘল পথ
  • চাহবাগান পথ
  • ৰেচম পথ

বিশ্ব ঐতিহ্য ক্ষেত্ৰখনক চাৰিওফালৰ পৰা আগুৰি থকা তথা ইয়াৰ ভিতৰত আহোম ঐতিহ্য ক্ষেত্ৰসমূহৰ অৱস্থান দেখুওৱা আৰু ক্ষেত্ৰখনৰ ৰূপৰেখা অসম চৰকাৰে এই মানচিত্ৰৰ মাধ্যমেৰে পৰ্যটকৰ সুবিধাৰ্থে দেখুৱাইছে।