ASI Exhibition Panel

A small exhibition display has been set up to educate visitors and students with 2D graphics and context text about the site's key archeological elements. These displays attempt to disseminate scientific knowledge about cultural items, helping the visitors in understanding not just the objects themselves, but also their value within the greater context of the site's history and identity. By offering context, these displays increase visitor engagement and foster a deeper appreciation of the exhibited items.

The exhibition panels mostly highlight the site's brief history and cultural components, as well as excavation results of Moidam 2. Furthermore, scientific study of the lime mortar used in the construction of Moidam 2 has been added. To provide a larger context for the Ahom legacy, certain Ahom monuments from Garhgaon, Rangpur, and Sivasagar town have been included.

ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষনৰ প্ৰদৰ্শনী সূচি


পৰ্যটক আৰু শিক্ষাৰ্থী সকলৰ সহায় হোৱাকৈ চৰাইদেউ বিশ্ব ঐতিহ্যক্ষেত্রত এটি প্ৰদৰ্শনীগৃ়হ নিৰ্মাণ কৰা হৈছে। ইয়াত পৰিবেশিত প্ৰদৰ্শনী সমূহে সাংস্কৃতিক বিষয়ৰ জ্ঞান বিজ্ঞানসম্মত ভাৱে প্ৰচাৰৰ চেষ্টা কৰে। আহোম ঐতিহ্যৰ বিস্তৃত প্ৰেক্ষাপটৰ জ্ঞান প্ৰদানৰ লক্ষেৰে গড়গাঁও, ৰংপুৰ বা শিৱসাগৰ নগৰত অৱস্থিত কিছুমান আহোম স্মৃতিস্তম্ভ অন্তর্ভুক্ত কৰা হৈছে। তাৰোপৰি দুই নম্বৰ মৈদামৰ নিৰ্মাণত ব্যৱহাৰ হোৱা চূনশিল আৰু অন্য সামগ্রীৰ মিশ্রণৰ বৈজ্ঞানিক অধ্যয়নো ইয়াত সংযুক্ত কৰা হৈছে।