Moidam-1

Moidam 1 is one the largest Moidams on the site, which measures about 86.40 m in diameter and 17.00 in in height. Atop the Moidam, there are remnants of a rectangular Chao Cha Li (a temple-like small building serving as Muangklang, the golden ladder connecting heaven and earth). So far. this Moidam is the only example of a rectangular Chao Cha Li; other examples are octagonal on plan. Moidam 1 has also been provided with an octagonal dwarf wall that surrounds it from all sides.

প্ৰথম মৈদাম


প্ৰথম মৈদামটিৰ ব্যাসাৰ্ধ ৮৬.৪০ মিটাৰ আৰু উচ্চতা ১৭ মিটাৰ। প্ৰথম মৈদামটিৰ শিৰ্ষত আছে আয়তাকাৰ চাওচালি, মন্দিৰৰ দৰে সৰু কক্ষ, যাক স্বৰ্গ আৰু পৃথিবীৰ সংযোগকাৰী জখলা মোৱাংক্লাং হিচাবে বিশ্বাস কৰা হয়। চাওচালি আয়তাকাৰ মন্দিৰ যুক্ত এইটোৱেই একমাত্র মৈদাম। আন বিলাক মৈদাম সমতল পৃষ্ঠত বৃত্তাকাৰ।